কাণ পাতি ৰওঁ শুনিবলৈ পাওঁ নেকি
চিনাকি সুৰটি তাহানিতে
শুনা গৰখীয়াৰ বাঁহীৰ মাতত কিনো মৌ
নিগৰিছিল তোৰ বাঁহীত এতিয়াও
পাহৰিব পৰা নাই যদিও আছোঁ মই
কংক্ৰিটৰ মহানগৰীত !
কাণ পাতি ৰওঁ শুনিবলৈ পাওঁ নেকি
চিনাকি সুৰটি তাহানিতে
শুনা গৰখীয়াৰ বাঁহীৰ মাতত কিনো মৌ
নিগৰিছিল তোৰ বাঁহীত এতিয়াও
পাহৰিব পৰা নাই যদিও আছোঁ মই
কংক্ৰিটৰ মহানগৰীত !