চিনাকি বাহীৰ সুৰ --- কবিৰঞ্জন দাস

কাণ পাতি ৰওঁ শুনিবলৈ পাওঁ নেকি

চিনাকি সুৰটি তাহানিতে

শুনা গৰখীয়াৰ বাঁহীৰ মাতত কিনো মৌ

নিগৰিছিল তোৰ বাঁহীত এতিয়াও

পাহৰিব পৰা নাই যদিও আছোঁ মই

কংক্ৰিটৰ মহানগৰীত !

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,493
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:755
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,041
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,041
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,902
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,344