জানিবলগীয়া কিছু কথা

১. চাৰি যুগ – সত্য, ত্ৰেতা, দ্বাপৰ, আৰু কলি ৷

২. চাৰি বেদ – ঋগবেদ, যজুৰ্ব্বেদ, সামবেদ , অথৰ্ববেদ ৷

৩. চাৰি আশ্ৰম – ব্ৰক্ষচাৰ্য্য , গাৰ্হস্থ্য, বানপ্ৰস্থ, সন্ন্যাস ৷

৪. পাঁচ ইন্দ্ৰিয় – চকু , কাণ, নাক, জিভা, ছাল ৷

৫. সাত ৰং – বেঙুনীয়া, ঘননীলা, নীলা, সেউজীয়া, হালধীয়া , সুমথিৰা বা কমলা , ৰঙা
(ৰং কেইটাৰ প্ৰথম আখৰকেইটা লগ লগাই “বেঘনীসেহাসুৰ” পোৱা যায় ৷ )

৬. ছয় ঋতু – বসন্ত, গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত ৷

৭. অসমৰ জাতীয় জন্তু – গড়ঁ ৷

৮. অসমৰ জাতীয় ফুল – কপৌফুল ৷

৯. অসমৰ জাতীয় জলচৰ প্ৰাণী – শিহু ৷

১০. অসমৰ জাতীয় পক্ষী – দেওহাঁহ ৷

১১. অসমৰ জাতীয় গছ – হোলোং গছ ৷

১২. অসমৰ জাতীয় উৎসৱ – বিহু ৷

» দৈৰ্ঘ্যৰ জোখ-মাপ

আমাৰ কুইজ শিতান

» অসম কুইজ

» সাহিত্য কুইজ

» চলচ্চিত্ৰ কুইজ

» বুৰঞ্জী কুইজ

» আৱিষ্কাৰ কুইজ

» বিজ্ঞানৰ কুইজ

» খেলৰ কুইজ

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,591
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,720
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,322
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,720
শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:2,204