জীয়াই আছোঁ --- পাৰ্থ সাৰথি বৰুৱা

জীয়াই আছোঁ

আছোঁ ,
জীয়াই আছোঁ ,
অকলেই আছোঁ কুশলে আছোঁ ।

দেখোঁ,
মাজে মাজে সপোনো দেখোঁ ,
যন্ত্ৰণাৰ হাতুৰীৰে গঢ়োঁ , পিটো মেৰামতি হ'ব নোখোজা মোৰ হৃদয় !

অ, হ'ব পাৰে শ্বেত ধূম্ৰ দণ্ডিকা মোৰ সংগী !
ধোঁৱাৰ দৰেই তু সপোনবোৰো........

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,863
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,453
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,170
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,088
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,710