জীৱনৰ ব্যৰ্থতা --- চাৰু প্ৰসাদ শৰ্মা

শীতৰ চেঁচা বতাহজাকে
সকীয়াই গ'ল মোক
জীৱনৰ ব্যৰ্থতাৰ পাতবোৰ লুটিয়াই
সি হাহাকাৰ কৰি উঠিছিল ...

মোৰ হৃদয়ত প্ৰৱেশ কৰি
ইমান ব্যৰ্থতাৰ পিছতো
কেনেকৈ আছো জীয়াই,
মই ক'লো
জীৱনৰ ব্যৰ্থতাই
সফলতাৰ চাবিকাঠী ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,326
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,933
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,157
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,397
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:323
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,459