জুপুৰি --- শ্ৰী ভাস্কৰ জিৎ নাথ

আজি মোৰ তোমাক দিবলৈ একো নাই,
মাথো ধুমুহাত চিন্ন বিচন্ন হোৱা এটা জীবন ।
যত এসময়ত ৰঙীন সপোনে বাহ
পাতিছিল..
যি এজাক জোনাকীক পোহৰৰ সন্ধান দিছিল ।

মোৰ বুলিবলৈ একো নাই..
এটা জুপুৰি যি মোৰ আজন্ম লগৰী ,
তাৰেই তলতে থাকি লেখো আকশৰ তৰালি ।
বৰষুণজাকো মোৰ চিনাকী,
বাৰিষা ৰাতি সঘনাই চালিৰ জোলোঙাইদি মোক চুমা যাছেহি ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,560
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,956
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,478
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:801
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,417
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,266