ডাৱৰ --- শিৱ প্ৰসাদ হাজৰিকা

তেওঁৰ মৌনতাত
এখন গোমা আকাশ

চাই থাকোঁতেই
নীলাবোৰে গৰজি উঠিছিল

ক্ৰমশঃ দুখবোৰ
ববৰষুণ হৈ সৰিছিল ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,294
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,369
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,348
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:374
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,596
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,870