তুমি --- ডেইজী দেৱী

যান্ত্ৰিকতাৰ পৰস পোৱা পৃথিৱীখনত

তুমি আহিলেই মনতোত দোলা দি যায়

এক মিঠা ভাৱ শূন্যতাই ৷

দি যায় তোমাৰ চিনাকি সুৱাস ,

হেৰেই যায় নিষ্ঠুৰ যান্ত্ৰিক পৃথিৱী,

ৰৈ যায় মাথো সেউজ সেউজ এমুঠি সেউজীয়া ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,453
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,710
শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:3,267
শিতান: অসমীয়া কৌতুক
মুঠ পঢ়ুৱৈ সংখ্যা:2,250
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,099
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,170