তোমাক লগ পোৱাৰ দিনা --- ডিম্বেশ্বৰ কোচ

তোমাক লগ পোৱাৰ দিনা /

মোৰ বুকুখন কপিছিল /

ওঠ দুটি কপি উঠিছিল ৷

সাগৰৰ নীলাভ বুকুলৈ চাইছিলো , অতীতবোৰে খামোচি ধৰিছিল ৷

নীলাবোৰে কঢ়িয়াই আনিছিল জীয়াই থকাৰ দুৰ্বাৰ হেঁপাহ ৷

নীলিম জলৰাশিক সুধিছিলো জীয়াই থকাৰ কথা ৷

যাৱৰ পৰত বুকু ভৰাই দি গ'লা

আকাশৰ বিশালতা ৷

তোমাক লগ পোৱাৰ দিনা.....

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:852
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,243
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,718
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,160
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,868