দুখ এনেকৈয়ে আহে --- কবিৰঞ্জন দাস

বিজ্ঞানৰ জখলাৰে বহু ওপৰলৈ

উঠিলো কিন্তু এটা জোকাৰণিতে

আকৌ তললৈ আহিলোঁ কেচাঁ

মাটিৰ স্পৰ্শ বিচাৰি আকোঁৱালি

লোৱা অ' বসুমতী আমি কিমানযে

অসহায় এতিয়াও মাটিৰ মোহ

প্ৰাণৰ মোহ !

শেষ শয়ণ কিমানযে দুখৰ

আজিও সেই কৰুণ ঘটনাৰ সাক্ষী

হৈ ৰলো !

আৰু বা কিমান বাকী .....

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,914
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,599
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,398
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,006
শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:3,361
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:716