দূখ --- বিশ্বজিত নাথ

গতিশীল সময়ৰ নিস্তব্ধতাত ডুবি
সৃষ্টি কৰো শব্দৰ বাংময়

দূখৰ স্মৃতি ভাৰাক্ৰান্ত নিশা
আঙুলিৰ মূৰত গনো সময়

অতীতৰ স্মৃতিৰ ক'লাজ সুচৰি
বিচাৰো সূখৰ সংঞ্জা

হৃদয়ৰ বীনাত বাজি ৰয়
কেৱল দূখৰ ঝংকাৰ ।