ধোঁৱা --- উজ্জল শৰ্মা

ধোঁৱা, চৌদিশে মাথো ধোঁৱা ।
কাৰোবাৰ যদি সপোন দহিছে,
কাৰোবাৰ জলিছে হৃদয় ।
কোনোৱে যদি প্রেমত কান্দিছে,
কোনোৱে স্বীকাৰ কৰিছে পৰাজয় ।

এই ধোঁৱাৰ এতিয়া মোৰ নিচা হৈছে ।
হইতু ধোঁৱাৰ মাজতে
হৃদয়ে নিজৰ অস্তীত্ব বিচাৰি পাইছে ।
ধোঁৱাৰ প্রকৃত উৎস আজি নাই,
সেইবাবে হইতু কৃত্তিম ধোঁৱাকে
আজি ই আকোৱালি লৈছে ।

মৰমৰ ৰৈ যোৱা ছাঁইখিনিও
চকুলোৱে উতাই লৈ গৈছে,
এতিয়া সেই খালি ঠাই
চিগাৰেতৰ ছাঁইয়ে লৈছে ।
ধোঁৱা আৰু ছাঁইৰ মাজত
জীৱনটি পুনৰ আগৰ দৰে হৈ পৰিছে ।

++++++++++++++++++++++++++++

উজ্জল শৰ্মা
গুৱাহাটী
ইমেইল :: ujjal_j@yahoo.com

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,126
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:746
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,917
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,626
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,508
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,608