নস্টালজিয়া --- সমীৰণ বৰগোহাঁই

মামৰে ধৰা হৃদয়খন

জোনবাইৰ সাধুত লুকাল

তোলৈ বৰকৈ মনত পৰিছে অ' সেউতী

জোনৰ পৰা মাটিত সৰা নিয়ৰবোৰ নাসাঁচিবি

নহ'লে

লুনীয়া পৰশে ছাঁই কৰিব তোৰ উমাল বুকু !

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,215
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,914
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,510
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,049
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,158
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,592