নিবনুৱা --- ধনঞ্জয় কুৰ্মী

সন্ধিয়া বাঁহজোপাত
পক্ষীৰ দিনটোৰ গান ।

খালে ভোক নালাগে
চালে আমনি নালাগে ।

মৰুভূমিত তৃষ্ণাৰ অভাৱ নাই

কি বিচাৰিছোঁ...

প্ৰয়োজনীয় জীৱন—
জীয়াই থকাৰ খুবেই হেপাহ । । ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,693
শিতান: অনুভৱ
মুঠ পঢ়ুৱৈ সংখ্যা:2,729
শিতান: অসমীয়া কৌতুক
মুঠ পঢ়ুৱৈ সংখ্যা:1,864
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,723
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,242