সন্ধিয়া বাঁহজোপাত
পক্ষীৰ দিনটোৰ গান ।
খালে ভোক নালাগে
চালে আমনি নালাগে ।
মৰুভূমিত তৃষ্ণাৰ অভাৱ নাই
কি বিচাৰিছোঁ...
প্ৰয়োজনীয় জীৱন—
জীয়াই থকাৰ খুবেই হেপাহ । । ।
সন্ধিয়া বাঁহজোপাত
পক্ষীৰ দিনটোৰ গান ।
খালে ভোক নালাগে
চালে আমনি নালাগে ।
মৰুভূমিত তৃষ্ণাৰ অভাৱ নাই
কি বিচাৰিছোঁ...
প্ৰয়োজনীয় জীৱন—
জীয়াই থকাৰ খুবেই হেপাহ । । ।