নিৰৱতা --- অংকুৰ জ্যোতি বুঢ়াগোঁহাই

জোনাকী দিনৰ স্মৃতি সুৱঁৰি

কালি ওৰে নিশা মোৰ টোপনী নাছিল
তুমিটো জানাই, নৰিয়া দেহাৰ দুখৰ বোজাৰ কথা!!
দুহাতত লাগি আছে অশ্ৰুৰ চেকা
যাৰ অবিদ্য মানে
মোৰ দুহাত উকা
জীৱনে নিতৌ শিকায়
ন শব্দ
মই লিৰিকি বিদাৰি চাওঁ

তাৰ অর্থ

কাঁইটীয়া নীলা কামিজত লাগি আছে
নিয়তিৰ ক'লা বিধান

মোৰ অনুৰাগ অবিহনে

স্বপ্নৰ উদ্যানত অংকুৰিত

দুঃখৰ আকাশীলতা॥

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:852
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,718
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,243
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,868
শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:3,334
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,739