প্ৰত্যয় ভাঙি দেখুওৱা – অসমীয়া ভাষাৰ প্ৰত্যয় – কেইটামান প্ৰত্যয়ৰ উদাহৰণ

প্ৰত্যয় ভাঙি দেখুওৱা – অসমীয়া ভাষাৰ প্ৰত্যয় – কেইটামান প্ৰত্যয়ৰ উদাহৰণ - প্ৰত্যয় কাক বোলে - প্ৰত্যয় কি - প্ৰত্যয় কেই প্ৰকাৰৰ

১. খীৰতী = খীৰ + অতী ৷

২. ৰান্ধনী = ৰান্ধ + অনী ৷

৩. বাজালি = বাজ + আলি ৷

৪. নামতী = নাম + অতী ৷

৫. গাঁৱলীয়া = গাঁও + অলীয়া ৷

৬. বাটৰুৱা = বাট + অৰুৱা ৷

৭. নাৱৰীয়া = নাও + অৰীয়া ৷

৮. ৰাগীয়াল = ৰাগ + ইয়াল ৷

৯. লাগতিয়াল = লাগ + অতিয়াল ৷

১০. ভাৱৰীয়া = ভাও + অৰীয়া ৷

১১. খেতিয়ক = খেতি + অক ৷

১২. সিঁচৰিত = সিঁচৰ + অতি ৷

১৩. মগনীয়াৰ = মগ + অনিয়াৰ ৷

১৪. ধাননি = ধান + অনি ৷

১৫. জাপানী = জাপান + ঈ ৷

১৬. লাখাৰু = লাখ + আৰু ৷

১৭. কান্দুৰা = কান্দ + উৰা ৷

১৮. সাঁচতীয়া = সাচ + অতীয়া ৷

১৯. লিখনি = লিখ + অনি ৷

২০. খাৱন = খা + অন ৷

(বিভিন্ন কিতাপৰ সহায় লৈ...)

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,484
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,765
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,341
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,189
শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:2,924
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,225