ফুল ফুলাৰ বতৰতেই
তুমি আহিবা
নানা ৰঙী ফুলবোৰ
ভাল পাবা তুমি
সিঁহতৰ হাঁহিবোৰ
দেখা পাবা বৰ
আলসুঁৱা সিঁহতি
মোৰ ফুলনিখনিত
বহি এটা কবিতা
লিখিবা - ধুনীয়া
ফুলবোৰক লৈ
বসন্তক লৈ... ৷
ফুল ফুলাৰ বতৰতেই
তুমি আহিবা
নানা ৰঙী ফুলবোৰ
ভাল পাবা তুমি
সিঁহতৰ হাঁহিবোৰ
দেখা পাবা বৰ
আলসুঁৱা সিঁহতি
মোৰ ফুলনিখনিত
বহি এটা কবিতা
লিখিবা - ধুনীয়া
ফুলবোৰক লৈ
বসন্তক লৈ... ৷