ফুল --- কবিৰঞ্জন দাস

ফুল ফুলাৰ বতৰতেই

তুমি আহিবা

নানা ৰঙী ফুলবোৰ

ভাল পাবা তুমি

সিঁহতৰ হাঁহিবোৰ

দেখা পাবা বৰ

আলসুঁৱা সিঁহতি

মোৰ ফুলনিখনিত

বহি এটা কবিতা

লিখিবা - ধুনীয়া

ফুলবোৰক লৈ

বসন্তক লৈ... ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,201
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,394
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,015
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,159
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,294
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,639