বসন্ত --- সত্যম কুমাৰ চাহু

অশেষ অপে্ক্ষাৰ অন্তত
তুমি পুনৰ আহিলা
তোমালৈয়ে যেন বাট
চাই আছিলো আমি
তুমি বিশ্বাস কৰিবানে
তোমাকযে ইহঁতে কিমান ভালপায়
তোমাৰ পৰশত শুনাছোন
কুলি জনিয়ে কি দৰে বিনাইছে
তোমাৰ পৰশত ছোৱাছোন
ডালৰ কপৌফুল বোৰে কিদৰে ফুলিছে

সচাঁকৈয়ে তোমাৰ ওচৰত
আমি চিৰ কৃতজ্ঞ
কিয়নো তোমাৰ পৰাইযে আমি শিকো
পুৰণিৰ পৰা নতুন হ’বলৈ
বসন্ত
তুমি আকৌ আহিবাছোন ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,225
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,747
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,277
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,959