বিদায় বেলা
অন্য এক আমেজ
শিল্পীৰ সুনিপুণ কলা
বৈ গৈছে ।
সংগীতৰ তালে তালে
সুৰাৰ নাচোন
জোনটি মিচিকিয়াইছে
ভক্তি ৰসত ।
প্ৰেমিক মন মোৰ
হাহাকাৰ কৰিছে
তুমি তুমি
তুমি ক'ত হিমপ্ৰিয়া বুলি ।
বিদায় বেলা
অন্য এক আমেজ
শিল্পীৰ সুনিপুণ কলা
বৈ গৈছে ।
সংগীতৰ তালে তালে
সুৰাৰ নাচোন
জোনটি মিচিকিয়াইছে
ভক্তি ৰসত ।
প্ৰেমিক মন মোৰ
হাহাকাৰ কৰিছে
তুমি তুমি
তুমি ক'ত হিমপ্ৰিয়া বুলি ।