বিষাদৰ বৰষুণ --- ৰঞ্জিত নাথ

তুমি যোৱাৰ পথত...

এতিয়া মোৰ চাৰিওফালে

বিষাদৰ বৰষুণ

আহিবানে তিতিবলৈ মোৰ সৈতে

সেইজাক বৰষুণত...

অ’ পাহৰিছিলোয়েই এটা কথা

ক’তনো আহিবা তুমি...

তুমিতো ভাল নোপোৱা

বিষাদৰ বৰষুণ

যাৰ বাবেই আতৰি গৈছিলা

এদিন হঠাতে...

মোৰ দৰেইতো তোমাৰ দুখ

হোৱা নাই কাহানিও

বিষাদৰ বৰষুণত জাহ যাবলৈ ।।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,554
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,008
শিতান: অসমীয়া কৌতুক
মুঠ পঢ়ুৱৈ সংখ্যা:2,162
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,357
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,013
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,998