বিয়াৰ নিমন্ত্ৰণী পত্ৰ - অসমীয়া বিয়াৰ নিমন্ত্ৰণী পত্ৰ - অসমীয়া বিয়াৰ চিঠি - How to write Assamese Marriage Invitation Letter

বিয়াৰ নিমন্ত্ৰণী পত্ৰ, অসমীয়া বিয়াৰ নিমন্ত্ৰণী পত্ৰ, অসমীয়া বিয়াৰ চিঠি, How to write Assamese Marriage Invitation Letter

দৰাৰ বিয়াৰ / বিবাহৰ নিমন্ত্ৰণী পত্ৰ ::

শুভবিবাহ

শ্ৰীশ্ৰীপ্ৰজাপতয়ে নম:

সবিনয় নিবেদন,

অহা চ’ত মাহৰ ৪ তাৰিখে (ইং ১৯ মাৰ্চ ২০১৯) মঙ্গলবাৰে মোৰ পুত্ৰ/ আমাৰ দেৱৰ / ভাইটি / খুৰা শ্ৰী ৰাজেন কলিতাৰ শুভ-বিবাহৰ দিন ধাৰ্য কৰা হৈছে ৷ তদুপলক্ষে আপোনাক/আপোনালোকক সপৰিয়ালে সাদৰেৰে নিমন্ত্ৰণী শৰাই আগবঢ়ালোঁ ৷

উক্তদিনা বিবাহ-বাহাৰত উপস্থিত থাকি দৰাক আশীৰ্বাদ প্ৰদান কৰাৰ লগতে আমাকো কৃতাৰ্থ কৰিব বুলি আশা কৰিলোঁ ৷ ইতি –

বিনয়াবনত-

শ্ৰী নিৰুপমা কলিতা (মা)
শ্ৰী দুলু কলিতা (দাদা)
শ্ৰী ৰাণী কলিতা(ভতিজী)

বিবাহ-বাহৰ-

পলাশবাৰী,
জিলা – কামৰূপ (অসম)

কন্যাৰ বিয়াৰ / বিবাহৰ নিমন্ত্ৰণী পত্ৰ ::

শুভবিবাহ

শ্ৰীশ্ৰীপ্ৰজাপতয়ে নম:

সবিনয় নিবেদন,

ফাগুন মাহৰ ১৩ তাৰিখে (ইং ২৬ ফেব্ৰুৱাৰী ২০১৯) মঙ্গলবাৰে মোৰ নাতিনী/ আমাৰ কন্যা / ভনী/ভতিজী শ্ৰী চন্দনা কলিতাৰ শুভ-বিবাহৰ দিন ধাৰ্য কৰা হৈছে ৷ তদুপলক্ষে আপোনাক/আপোনালোকক সপৰিয়ালে সাদৰেৰে নিমন্ত্ৰণী শৰাই আগবঢ়ালোঁ ৷

উক্তদিনা বিবাহ-স্থলীত উপস্থিত থাকি কইনাক আশীৰ্বাদ দিয়াৰ লগতে আমাকো কৃতাৰ্থ কৰিব বুলি আশা কৰিলোঁ ৷ ইতি –

বিনয়াবনত-

শ্ৰী বলেন কলিতা (দেউতা)
শ্ৰী ৰীতা কলিতা (মা)
শ্ৰী তপন কলিতা (দাদা)

বিবাহ-বাহৰ-

বৰবাৰী,
জিলা – কামৰূপ (অসম)

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,642
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,479
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,959
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,931
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,990
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,659