ব্যতিক্ৰম --- সত্যম কুমাৰ চাহু

ইমানো অমানৱ নহও যে

আপোনাৰ বিপদৰ সময়ত

মই হাহিঁৰে জীৱন কটাম

ইমানো নিষ্ঠুৰ নহও যে

আপোনাৰ কটা ঘাত নিমস ছটিয়াই

শান্তিৰে বিশ্ৰাম লম

এইয়াতো এক জীৱন

বহু সাধনাৰ বলত পোৱা

আশিষ পুষ্ট মানৱ জীৱন

য’ত থাকিব লাগিছিল

ইজনে সিজনৰ ওচৰত

আস্থা বিশ্ৱাস আৰু সহায়ৰ হাত

কিন্তু এইবোৰ কি

ব্যতিক্ৰম হ’ব বিছাৰো এইবোৰৰ পৰা

মই কেতিয়া শান্তি পাও জানে

যেতিয়া আনক নিস্ৱাৰ্থভাৱে সহায় কৰো

আৰু সেই সহায়ৰ পৰা ব্যক্তিজনে

অন্তৰত শান্তি লাভ কৰে,

তেতিয়া, তেওঁ লাভ কৰা শান্তিতকৈ দুগুন ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,423
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,714
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,747
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,940
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,191
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,971