ভাব সম্প্ৰসাৰণ – মূলভাব লিখন – ভাব বহলাই লিখা

১. অভ্যাসৰ নৰ কৰ্ণ পথে শৰ

- অভ্যাসেই হৈছে জীৱনৰ সফলতাৰ মূল ৷ অভ্যাসৰ বলত মানুহে অসম্ভৱ কামকো সম্ভৱ কৰি কৰি দেখুৱাব পাৰে ৷ অভ্যাসৰ দ্বাৰাই মানুহে খেলা-ধূলা, গীত – নৃত্য, পঢ়া-শুনা সকলো দিশৰেই পাৰদৰ্শিতা দেখুৱাব পাৰে ৷ সেয়েই কোৱা হয় মানুহে যদি অভ্যাস কৰে তেন্তে কাণৰ সৰু ফুটাইদিও শৰ মাৰাৰ দৰে কঠিন কাম কৰা সম্ভৱ ৷ ইয়াৰ দ্বাৰা ইয়াকে বুজোৱা হৈছে যে অভ্যাসৰ দ্বাৰা অসাধ্যকো সম্ভৱ কৰিব পৰা যায় ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,931
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,959
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,273
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,642
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,990
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,659