ভালপোৱা --- নবজ্যোতি মিশ্ৰ (চিকু)

ঘোঁৰাটোৱে সদায় ঘাঁহ খাই

গোপণ সত্য ।

ঘোঁৰাটো আৰু ঘাহনিডৰা....

স্স্থানৰ সলনি নহয়

আইনাৰ ফ্ৰেমত তেনেকৈয়ে থাকে ।

ভালপোৱা

ই ও গোপন সত্য ।

সত্য ঘোঁৰাটো

সত্য ঘাহনিডৰা

অসত্য আইনাৰ ফ্ৰেম ।।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,885
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,704
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,997
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,456
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,069
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,869