ভোক -- ডিম্বেশ্বৰ কোচ

পেটৰ ভোকৰ দিনাও দুচকুত

টোপানি নামে ৷

জীৱনে সপোন দেখে ৷

জীয়াই থকাৰ.....

আৰু মনৰ ভোকত ?

যিদিনা মনলে দূখবোধ আহে....

টোপনিবোৰে উপুলুঙা কৰে,

সপোনবোৰে বাট বিচাৰি ফুৰে ৷

ৰাতিপুৱাবলে এতিয়াও বহুত বাকী....

জীৱন চাগে এনেকুৱাই..

পোৱা - নোপোৱাৰ ...

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,718
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,243
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:852
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,868
শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:3,334
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,140