মন আলিবাটত --- পলাশ প্ৰান্তিক

লঠঙা গছৰ ছাঁত
শিলে সাৱতি ৰাখে
শিপাক

আকাশত
মেঘৰ মাদল নাবাজে
ধুলিৰে ধুসৰ কৰে
উদং পথাৰ

ফাগুনত পলাশ ফুলে
পছোৱা বতাহ বলে
গাভৰুৰ গৰকা পিচলে
তাঁতৰ শালত
মন থাকে আলিবাটত

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,422
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,286
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:245
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,066
শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:2,031