মন যায় --- ডেইজী দেৱী

শৰতৰ এটি সাৱলীল

স্নিগ্ধ সন্ধিয়াত

জাগি উঠে মোৰ সুপ্ত

বাসনাবোৰ

যাৰ তীব্ৰতা বঢ়াই তোলে

মাদকতা সনা শেৱালী ফুলৰ

সুৱাসে ;

মন যায় কাৰোবাৰ প্ৰশান্ত

বুকুত মূৰ থৈ

জোনাকৰ সৈতে এমুঠি

কথা পতাৰ ......

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,685
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,729
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,845
শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:2,031
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,771
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,522