মা ------ ধনঞ্জয় কুৰ্মী

এখন বিশাল হৃদয়
য'ত
পৰিপূৰ্ণ মাথো মই

এখন অৰণ্য
সেউজীয়া মই

এখন পাহাৰ
মই উচ্চতা

চিন্তিতঃ
শীত; ঠাণ্ডা লাগিব
গৰম; তুমি শোৱা মই বিছনী বাই দিওঁ

আঁচলত; কহুৱা বনৰ মলয়া
দুচকুত; মই আকাশ চুম

যুদ্ধা; মই প্ৰাণ ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,788
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,411
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,723
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,693