এখন বিশাল হৃদয়
য'ত
পৰিপূৰ্ণ মাথো মই
এখন অৰণ্য
সেউজীয়া মই
এখন পাহাৰ
মই উচ্চতা
চিন্তিতঃ
শীত; ঠাণ্ডা লাগিব
গৰম; তুমি শোৱা মই বিছনী বাই দিওঁ
আঁচলত; কহুৱা বনৰ মলয়া
দুচকুত; মই আকাশ চুম
যুদ্ধা; মই প্ৰাণ ।
এখন বিশাল হৃদয়
য'ত
পৰিপূৰ্ণ মাথো মই
এখন অৰণ্য
সেউজীয়া মই
এখন পাহাৰ
মই উচ্চতা
চিন্তিতঃ
শীত; ঠাণ্ডা লাগিব
গৰম; তুমি শোৱা মই বিছনী বাই দিওঁ
আঁচলত; কহুৱা বনৰ মলয়া
দুচকুত; মই আকাশ চুম
যুদ্ধা; মই প্ৰাণ ।