মোৰ মন যায় --- শ্রী ডিম্পল গগৈ

মোৰ পখিলা হবলৈ মন যায়
নিৰৱে ফুলৰ মৌ চুঁহি চুঁহি খাবলৈ ।

মোৰ চৰাই হবলৈ মন যায় নিৰৱে আকাখৰ নিজান ঠাইত উৰি ফুৰিবলে ।

মোৰ ডাক্তৰ হবলৈ মন যায়
ৰোগীক সেৱা কৰিবলৈ ।

মোৰ শিক্ষক হবলৈ মন যায়
ছাত্ত ছাত্তী তথা অজ্ঞান লোকক জ্ঞান দিবলৈ ।

মোৰ সমাজকৰ্মী হবলৈ মন যায় সমাজখন সুস্হ অবস্হালৈ আনিবলৈ ।

মোৰ কবি হবলৈ মন যায়
কবিতা লিখিবলৈ আনক পঢ়োৱাবলৈ ।।

+++++++++++++++++++
শ্রী ডিম্পল গগৈ
ইমেইল :: dimpalgogoi67@gmail.com

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,215
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,097
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,752
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,158
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,769
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,273