মৰীচিকা --- পলাশ প্ৰান্তিক

তৰাফুলৰ গামোচা দেখা
মোৰ উৰুখা পজাত
তোমাক কিদৰে ৰাখিম

প্ৰেম ভালপোৱা প্ৰিয় শব্দৰে
মানুহ আজীৱন সুখী হব নোৱাৰে
আৰু নোৱাৰে ৰঙিন সপোন দেখিবলৈ

তুমি এদিন ক্লান্ত হৈ পৰিবা
ক্ষণিক সুখৰ বাবে
জীৱনৰ কাঁইটিয়া বাটত খোজ কাঢ়ি

তুমিতু জানাই –
এবাৰ উৰ্চগা কৰা ফুল
দুবাৰ ব্যৱহাৰ কৰিব নোৱাৰে

তুমি প্ৰেমাস্পাদৰ বাবে নিজক পাহৰি নাযাবা
বাস্তৱৰ পৃথিবীখন বৰ জটিল ....

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,422
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,286
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:245
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,066
শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:2,031