ল'ৰালিৰ ধেমালি --- পাৰ্থ সাৰথি বৰুৱা

ল'ৰালিৰ সেই মধুৰ ক্ষণত
বাজি উঠা সুৰ পৰিলে মনত,
সপোন ভঙাৰ কান্দোন ওলায়
নিচুকনিয়ে মাথোঁ বাগৰ সলায় ।

দিনবোৰ এতিয়া বিচাৰোঁ ধূলিত,
লিখিও নথলোঁ সময় বালিত।
পখিলা খেদাৰ দিনবোৰো নাই,
উচুপোঁ সপোনক হাতত হেৰুৱাই ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:3,267
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,170
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,863
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,969
শিতান: অসমীয়া কৌতুক
মুঠ পঢ়ুৱৈ সংখ্যা:2,250
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,117