শব্দৰ জন্ম --- শেখৰ ভট্ৰাচাৰ্য্য

শব্দৰ জন্ম

হৃদয়ৰ কোনো এক

নিৰ্ভূত কোনত

তেওঁক মই ৰাখিছো

সযতনে আৰু সগোপনে ।

তেৱে মোকলৈ যায়

প্ৰকৃতিৰ মাজলৈ অথবা

জনঅৰণ্যৰ বুকুলৈ ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,242
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,677
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,722
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,564