শস্য-গৰ্ভা সৌন্দৰ্য --- আব্দুল কুদ্দুচ

ধানৰ অফুৰন্ত গোন্ধে হৰিলে
জগতবাসীৰ কলিজা
পকাধানৰ গোন্ধ মোৰ গোপনীয় বন্ধু ।

...জীৱনৰ বিলোপন হেৰাই
পুনৰাই লহ পহকৈ বাঢ়ে সুখ
হাঁহি হাঁহি শইচৰ পথাৰত
বিপুল শস্য-গৰ্ভা সৌন্দৰ্য ।

ধান তোমাৰ প্ৰতিটো গান
মোৰ জীৱনৰ এখলপ
আস্! সেই খলপত খোজ দি
ওঁঠত মোৰ সুখৰ
বীজয়োল্লাস ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,129
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,028
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,318
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,096
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,222
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,167