শান্তিৰ সন্ধানত --- অংকুৰ জ্যোতি বুঢ়াগোঁহাই

পলকতে গাওঁখন দাও দাও কৈ জ্বলি উঠিল

ক'লা ৰাজনীতিৰ হাতোৰাত শেষ হ'ল শতজনৰ প্ৰাণ

ইয়াতকৈ আৰু কি হ'ব পাৰে দুখ ?

মাতৃৰ বুকুত আজি নিৰৱে ওমলে মৃত শিশু

গাদিৰ বাবে শত জনে কৰে শত নৰমেধ যজ্ঞ

গাদি বচোৱাৰ যজ্ঞ ..... গাদি লোৱাৰ যজ্ঞ.....

অসমীয়া হ'ল আজি অসমীয়াৰে ৰক্ত পিপাষু

বাহ: কি নিপুন ক'লা ৰাজনীতি !!

মোৰ হাতৰ নঙঠা হেংদাংঙেৰে

কাকনো কাটিম ?

সকলো চোন মোৰেই আপোন !

মই অসমৰে অসমীয়া

একটাৰ ডোলেৰে গঢ়া মোৰ জাতি অপৰূপা

আহা সকলো মিলি হাতত হাত থৈ আৰম্ভ কৰো সেউজ যাত্ৰা..........

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:852
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,243
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,718
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,868
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,739
শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:3,334