শিল --- কবিৰঞ্জন দাস

যদিও মই বৰ কঠিন

তথাপিও ৰাখিছো মই

সযতনে বহুতো গোপন

কাহিনী - অলিখিত বুৰঞ্জী

যি হয়তো তোমালোকে

কাহানিবাই পাহৰি গ'লা

মোৰ বুকুখন জীপাল

কৰি ৰাখিছোঁ নানা

অলিখিত কাহিনীৰে-

আহা এবাৰ চোৱাহি

মোৰ কঠিন বুকুৰ

গুমগুমণি ...

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,911
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,013
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:716
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,874
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,699
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,554