যদিও মই বৰ কঠিন
তথাপিও ৰাখিছো মই
সযতনে বহুতো গোপন
কাহিনী - অলিখিত বুৰঞ্জী
যি হয়তো তোমালোকে
কাহানিবাই পাহৰি গ'লা
মোৰ বুকুখন জীপাল
কৰি ৰাখিছোঁ নানা
অলিখিত কাহিনীৰে-
আহা এবাৰ চোৱাহি
মোৰ কঠিন বুকুৰ
গুমগুমণি ...
যদিও মই বৰ কঠিন
তথাপিও ৰাখিছো মই
সযতনে বহুতো গোপন
কাহিনী - অলিখিত বুৰঞ্জী
যি হয়তো তোমালোকে
কাহানিবাই পাহৰি গ'লা
মোৰ বুকুখন জীপাল
কৰি ৰাখিছোঁ নানা
অলিখিত কাহিনীৰে-
আহা এবাৰ চোৱাহি
মোৰ কঠিন বুকুৰ
গুমগুমণি ...