সংগোপনে তেওঁ আহে আপোনাৰ জীৱনলে - কবি হেমেন নাথ

সংগোপনে তেওঁ আহে আপোনাৰ জীৱনলে

সুখৰ মুদ্ৰা দি
কিনি লয় তেওঁ আপোনাৰ দুখৰ পোচাক

আপোনাৰ বিষাদৰ কেনভাছত তেওঁ আঁকে
সাতোৰঙী
ৰামধেনু

চকুলো মচি আপোনাৰ ওঁঠত তেওঁ সানে
হেঁপাহৰ ফাকু

আৰু এদিন!

এদিন তেওঁ গুচি যায়গৈ
আপোনাক এৰি দুখৰ নিজান উপত্যকাত

কি নাম দিব আপুনি তেওঁক!!

************************************************************
Hemen Nath
Assam
India
Ph. 098595 44566
Email : hemens09@gmail.com

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,101
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,860
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,678
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,114
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,362
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,105