এবাৰ সপোন দেখিয়েই
তুমি ভাগৰি পৰিছানেকি ?
এটা সপোন ভাগিলেই
তুমি বিচলিত হৈছা নেকি -
নাই নহবা তুমি আৰু
সপোন দেখিব লাগিব
এটা নতুন সপোন
যি সপোনে তোমাৰ আশা
বোৰ পূৰ্ণ কৰিব জীৱনটো
জীপাল কৰিব সেই সপোন ...
এবাৰ সপোন দেখিয়েই
তুমি ভাগৰি পৰিছানেকি ?
এটা সপোন ভাগিলেই
তুমি বিচলিত হৈছা নেকি -
নাই নহবা তুমি আৰু
সপোন দেখিব লাগিব
এটা নতুন সপোন
যি সপোনে তোমাৰ আশা
বোৰ পূৰ্ণ কৰিব জীৱনটো
জীপাল কৰিব সেই সপোন ...