সপোন --- কবিৰঞ্জন দাস

এবাৰ সপোন দেখিয়েই

তুমি ভাগৰি পৰিছানেকি ?

এটা সপোন ভাগিলেই

তুমি বিচলিত হৈছা নেকি -

নাই নহবা তুমি আৰু

সপোন দেখিব লাগিব

এটা নতুন সপোন

যি সপোনে তোমাৰ আশা

বোৰ পূৰ্ণ কৰিব জীৱনটো

জীপাল কৰিব সেই সপোন ...

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,735
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,301
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,100
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,203
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:686
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,143