সপোন --- সমীৰণ বৰগোহাঁই

তোৰ বহাগ চহালো ;

মোৰ বুকুত হয়তো গজিব

লাহে লাহে শাওন !

দুটামান ৰাতিপুৱা ধাৰলৈ দিবিচোন,

মৈৰে সমান কৰিম

মোৰ বুকুৰ তপত ঘাবোৰ ৷

লহপহকৈ গজি উঠক তোৰ সপোনৰ ঘাঁহনিডৰা !!

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,596
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:374
শিতান: প্ৰবন্ধ
মুঠ পঢ়ুৱৈ সংখ্যা:2,454
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,294
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,369
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,348