সপোন (THE DREAM) --- ডিম্বেশ্বৰ কোচ

প্ৰিয়তমা,

পূৱঁতি নিশাৰ সপোন হেনো ফলিয়াই ?

সেউজীয়া সাজ পিন্দ্বি সপোনত আৰু

আহিব নেলাগে দিয়া ৷

সপোন বোৰ সপোন হৈয়ে থাকিব

দিয়া ,

দিনবোৰ পাৰ কৰিবলৈ

এটা যান্ত্ৰণা খুৱেই প্ৰয়োজন

হৈছে ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,845
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,206
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,783
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,436