সু-ভৱিষ্যত --- ধনঞ্জয় কুৰ্মী

তুমি আহিবা বুলি

আশাত বাট...

ক'ত তুমি —

দুচকুত আকুলতা

সুগভীৰ —

নীলা পখিলা উৰি গৈছে

যতনেৰে পঠিয়াবা —

হেপেহুৱা বুকুত মোৰ

ৰঙীন ফুলৰ ৰুণ । ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,225
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,232
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,482
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,355
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,257