তুমি আহিবা বুলি
আশাত বাট...
ক'ত তুমি —
দুচকুত আকুলতা
সুগভীৰ —
নীলা পখিলা উৰি গৈছে
যতনেৰে পঠিয়াবা —
হেপেহুৱা বুকুত মোৰ
ৰঙীন ফুলৰ ৰুণ । ।
তুমি আহিবা বুলি
আশাত বাট...
ক'ত তুমি —
দুচকুত আকুলতা
সুগভীৰ —
নীলা পখিলা উৰি গৈছে
যতনেৰে পঠিয়াবা —
হেপেহুৱা বুকুত মোৰ
ৰঙীন ফুলৰ ৰুণ । ।