স্বাভিলাষ --- সত্যজিত কাকতি

চিত্ত মোৰ ছত্র নহয়
চদ্ম মোৰ ছন্ন কৰিবলৈ ,
ঝঙ্কাৰ মোৰ ঝঞ্চা নহয়
অশান্তিৰ নিজৰা বোৱাবলৈ।

তৰণী তৰী তৰাং বিলত
তৰুণ ৰূপত অগ্র ,
উদ্দেশ্য মোৰ দর্শন হয়
স্বপ্নৰ বিস্ফুলিত উগ্র।

দুজ্জনৰ দুর্যশ অসহ্য মোৰ
দ্রোহৰ দ্বন্দ্বত হেৰুৱাও ধৈয্য,
নম্রতা মোৰ ধ্বজাৰ নমস্য
নবীনতা সৃষ্ট আত্মৰ দৈঘ্য।

প্রাপ্য মোৰ প্রীতিৰ বৰণ্য নহয়
ফচহু মদিৰা পানৰ লোভৰ দৰে ,
মিত্রৰ হুঙ্কাৰৰ বেদনাৰ বেথাত
স্মিগ্ধ নয়নৰ চকুলো সৰে।।

++++++++++++++++

সত্যজিত কাকতি
ইমেইল :: kakotisatyajit@yahoo.com

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,638
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,253
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,574
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,077
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:246
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,414