হুমুনিয়াহ --- সত্যম কুমাৰ চাহু

তুমাৰ প্ৰতি থকা এই বহুমূলীয়া প্ৰেম
এদিন মূল্যহীন হব
তুমাৰ লগত কটোৱা এই ৰঙীন সময়
এদিন মাথো সোৱৰনী হৈ ৰব

কিয়নো এদিনযে তুমি হেৰাই যাবা
জন অৰন্যৰ গোহাত
হাবাথুৰি খাই বিছাৰি ফুৰিলেও
উকা হৈয়ে ৰব মোৰ দুহাত

প্ৰেম মানেই হেনো মিলন নহয়
মিলন মানেই হেনো প্ৰেমো নহয়
আনৰ সুখৰ বাবেও কেতিয়াবা
আতৰি আহিব লগা হয়
আনৰ দূখৰ বাবেও কেতিয়াবা
লগ দিব লগা হয়

এইয়াই জীৱনৰ একা-বেকা বাট
হাঁহি কান্দোন সূখ দূখৰ
যেন একোৱেই মুল্য নাই
মাথো সহ্য কৰি যোৱা
এটাৰ পাছত এটা

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,808
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:431
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,155
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,398
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:563
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,341