Land Measurement in assam - Land measurement units in Assam - মাটি কালিৰ হিচাপ - লেচা – বিঘা – কঠা – একৰ – পুৰা – Bigha - katha

Land measurement in assam - land measurement units in Assam - মাটি কালিৰ হিচাপ - লেচা – বিঘা – কঠা – একৰ – পুৰা – Bigha - katha

১ বৰ্গ গজ = ১ কাণি

১ লেচা = ১৬ কাণি

১ কঠা = ২০ লেচা

১ বিঘা = ৫ কঠা

৪ বিঘা = ১ পুৰা

১ একৰ = ৩ বিঘা

১/ কিমান লেচা মাটিয়ে ১ কঠা ?

=> ২০ লেচা মাটিয়ে ১ কঠা অৰ্থাত ১ কঠা মাটি হ’বলৈ ২০ লেচা মাটি লাগে ৷

২/ এক (১) বিঘা মাটিত কিমান কঠা ?

=> ৫ কঠা মাটিয়ে ১ বিঘা (এক বিঘা) ৷

৩/ কিমান বিঘা মাটিয়ে ১ পুৰা ?

=> ৪ বিঘা মাটিয়ে ১ পুৰা ৷

৪/ ১ একৰ মাটিত কিমান বিঘা ?

=>৩ বিঘা মাটিয়ে ১ একৰ ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,948
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,817
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,341
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,556
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,696