১. টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল ?
- আলেকজেণ্ডাৰ গ্ৰাহাম বেল ৷
২. অক্সিজেন কোনে আৱিষ্কাৰ কৰিছিল ?
- প্ৰীষ্টলী ৷
৩. এৰোপ্লেন কোনে আৱিষ্কাৰ কৰিছিল ?
- অলভিল আৰু উইলবাৰ ৰাইট ৷
৪. ডিজেল ইঞ্জিন কোনে উদ্ভাৱন কৰিছিল ?
- ৰুডলফ ডিজেল ৷
৫. অণুবীক্ষণ যন্ত্ৰ কোনে উদ্ভাৱন কৰিছিল ?
- জেদ জেনছেন ৷
৬. ডিনামাইট কোনে উদ্ভাৱন কৰিছিল ?
- আলফ্ৰেড ন’বেল ৷
» অসম কুইজ
» সাহিত্য কুইজ
» চলচ্চিত্ৰ কুইজ
» বুৰঞ্জী কুইজ
» আৱিষ্কাৰ কুইজ
» বিজ্ঞানৰ কুইজ
quizcatagory: