খেল কুইজ

১. কাবাডী খেলৰ এটা দলত কিমানজন খেলুৱৈ থাকে ?
- সাতজন (৭ জন) ৷

২. কাবাডী খেলত ‘কেণ্ট’ মানে কি ?
- কাবাডীখেলত প্ৰতিপক্ষৰ ক’ৰ্টলৈ যোৱা খেলুৱৈজনে উশাহ সলনি নকৰাকৈ নিজৰ ক’ৰ্টলৈ উভটি অহাকে কেণ্ট বোলে ৷

৩. কাবাডী খেলত ‘ৰেইডাৰ’ মানে কি ?
- কেণ্ট বিপৰীত পক্ষৰ ক’ৰ্টত প্ৰৱেশ কৰাকে ৰেইডাৰ বোলে ৷

৪. ফুটবল খেলৰ দুটা গ’ল পোষ্টৰ মাজত দূৰত্ব কিমান ?
- ৮ গজ ৷

» অসম কুইজ

» সাহিত্য কুইজ

» চলচ্চিত্ৰ কুইজ

» বুৰঞ্জী কুইজ

» আৱিষ্কাৰ কুইজ

» বিজ্ঞানৰ কুইজ

» খেলৰ কুইজ

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,739
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,967
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,589
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,220