ছুটি বিচাৰি স্কুলৰ প্ৰধান শিক্ষকলৈ দৰখাস্ত (আবেদন পত্ৰ) - Assamese School Application - Assamese College Application

প্ৰতি,

মাননীয় প্ৰধান শিক্ষক

…….. ……… বিদ্যালয় (বিদ্যালয় নাম)

তাৰিখ : ………..

বিষয় : ছুটি বিচাৰি আবেদন ৷

(শ্ৰেণী শিক্ষকৰ জৰিয়তে)

মহাশয়,

বিনতী পূৰ্বক নিবেদন এই যে মই যোৱা ------------------- তাৰিখৰ পৰা ---------------- তাৰিখলৈ শ্ৰেণীত উপস্থিত থাকিব পৰা নাছিলো ৷ কিয়নো উক্ত দিন কেইটাত মই জ্বৰত ভুগিব লগা হৈছিল ৷

গতিকে দয়ালু মহোদয়ে উক্ত দিন কেইটিৰ বাবে ছুটি মঞ্জুৰ কৰি বাধিত কৰে যেন ৷ এয়ে মহোদয়ৰ ওচৰত মোৰ সৰল প্ৰাৰ্থনা ৷

অভিভাকৰ চহী

———-

ইতি –

আপোনাৰ একান্ত বাধ্য ছাত্ৰ

নাম : ———-

শ্ৰেণী ——-

ৰোল নং ——

google_ad_client = "ca-pub-7266255229823793"; google_ad_slot = "8669829143"; google_ad_width = 336; google_ad_height = 280; প্ৰতি, মাননীয় প্ৰধান শিক্ষক …….. ……… বিদ্যালয় (বিদ্যালয় নাম) তাৰিখ : ………." data-share-imageurl="">

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,494
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,230
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,486
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,274
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:704
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,618