জুৰি গগৈ
ঠিকনা :: তিনিচুকীয়া (অসম)
মই বৰ্তমান বিজ্ঞান শাষাৰ স্নাতকোত্তৰ চতুৰ্থ ষাণ্বাষিকৰ ছাত্ৰী l পঢ়াৰ লগতে মই দৈনন্দিন মোৰ চকুৰ আগত ঘটি থকা কিছুমান ঘটনাকে গল্প আকাৰে সাজি কাছি নতুন ৰূপত তুলি ধৰিব বিচাৰো l সাধাৰণ মানুহৰ মনবোৰ পঢ়ি কলমৰ নিবেৰে নিগৰাব খোজো মানুহৰ অন্তৰত থূপ খাই থকা কিছুমান আৰ্তনাদ l
ইমেইল :: jurigogoitinsukia@gmail.com