ড০ দীনেশ বৈশ্য
গুৱাহাটী, অসম
বি.বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধক্ষ্য ড০ দীনেশ বৈশ্য অসমৰ এজন বিশিষ্ট বুদ্ধিজীৱি । অসমীয়া সাহিত্য জগত খনলৈ বহুতো কিতাপ লিখি থৈ যোৱা তেখেত একেধাৰে কবি, গীতিকাৰ, সুৰকাৰ, ঔপন্যাসিক আৰু মননশীল তথা চিন্তনশীল প্ৰবন্ধৰ লিখক ।
ইমেইল :: dineshbaishyaassam@gmail.com