ড০ লখিমী গগৈ
গুৱাহাটী, অসম
সহকাৰী অধ্যাপক, ভূগোল বিজ্ঞান বিভাগ,
নাৰেংগী আঞ্চলিক মহাবিদ্যালয়, গুৱাহাটী, অসম
পেচাত ভূগোল বিজ্ঞান বিভাগৰ অধ্যাপিকা ড০ লখিমী গগৈয়ে প্ৰকৃতি তথা পৱিবেশ বিজ্ঞানৰ ওপৰত বিশেষ ভাবে মনোযোগ দিয়া দেখা যায় । পৰিবেশৰ বিভিন্ন দিশ সমূহৰ ওপৰত অধ্যয়ন কৰি ৰাষ্টীয় তথা আন্তৰাষ্ট্ৰীয় পর্য্যায়ত বহুতো গৱেষণা পত্ৰৰ প্ৰকাশ কৰাৰ ওপৰিও তেখেতে অসমীয়া সাহিত্য জগতত কবিতাৰ যোগেদি আত্ম প্ৰকাশ কৰিছে। তেখেতে সম্পাদনা কৰা আন্তৰাষ্ট্ৰীয় পর্য্যায়ৰ গৱেষণা পত্ৰিকা খন হ’ল-IJIRSSC :International Journal of Interdisciplinary Research in science , Society and Culture . www.ijirssc.in ইয়াৰোপৰি তেখেতৰ দুখন উল্লেখযোগ্য কিতাপ হ’ল Solid Waste Disposal and its Health Implications in Guwahati City: A Study in Medical Geography আৰু Municipal Solid Waste Disposal and its Problems and Prospects: a Study in Guwahati City, India ।
ই মেইল :: dr.lakhimigogoi@gmail.com