দীপংকৰ শৰ্মা
ঠিকনা - বিৰহ বেবেজীয়া , ডাক - শেনচোৱা , জিলা- নগাঁও, থানা- নগাঁও সদৰ থানা, ডাক সূচাংক- ৭৮২০০৩ ( অসম )
পিতৃ - পদ্মকান্ত শৰ্মা ।
মাতৃ - ভদ্ৰাৱতী শৰ্মা
শিক্ষা -
স্নাতকোত্তৰ (অসমীয়া)গুৱাহাটী বিশ্ববিদ্যালয় ।
কৰ্মজীৱন- প্ৰবক্তা : ৰামানুজন কনিষ্ঠ মহাবিদ্যালয় (নগাঁও)
কেতিয়াৰ পৰা কবিতা লেখিছে - অষ্টম শ্ৰেণীত পঢ়াৰ পৰা ।
প্ৰকাশিত গ্ৰন্থ - হাতপুথি TET(যুটীয়া ভাৱে), আবেগৰ আবিৰসনা স্তৱক (কবিতা পুথি)
প্ৰকাশ হোৱা কাকত আলোচনী সমূহৰ নাম - পূৰ্বাঞ্চল প্লেটফৰ্ম, নতুন অভিযান, জিজ্ঞাস,কাদম্বৰী,বিস্ময়,মায়া,ৰামধেনু, কলং-কপিলী আৰু বিভিন্ন অনুস্থানৰ মূখপত্ৰ, স্মৃতিগ্ৰন্থ আৰু কলেজ আলোচনী আদি ।