পাপৰি বৰ্মন
ঠিকনা :: ওডালগুৰি , বি টি অ ডি , অসম ।
Assistant District Data Manager ( Udalguri District ) হিচাপে কৰ্মত ব্ৰতী । তিনিবছৰ আগতে আমাৰ এখন স্বাস্থ্য আলোচনী " নিনাদ " প্ৰকাশ হৈছিল । তাত মোৰ এটি গল্প প্ৰকাশ হৈছিল । তিনিবছৰৰ বিৰতিৰ পিছত ই আলোচনী ফটাঢোল, সাহিত্য ডট অৰ্গ , বৰ্ণিল , প্ৰয়াস , সুবাস , অসমীয়া ডট অৰ্গ,অসমীয়া বাতৰি কাগজ আদি বিভিন্ন আলোচনীত মোৰ অনুগল্প , গল্প প্ৰকাশ হৈছে । আশা কৰিছো আগলৈ ও পঢ়ুৱৈ সমাজে মোৰ লেখনি পঢ়ি ভাল পাব ।
ইমেইল :: barman.papari2017@gmail.com